মূল কিতপসমূহলৈ উভতি যাওঁক
ঈছা মছীহৰ জীৱনী (৩)
শীৰ্ষক ঈছা মছীহৰ জীৱনী (৩)
লিখক জৰ্জ ফৰ্ড
Product № 7353asm
সাৰাংশ এই খন্ডত ঈছাই দিয়া আটাইতকৈ প্ৰয়োজনীয় শিক্ষাৰ বণৰ্না আছে। যেনে পবৰ্তৰ ওপৰত দিয়া শিক্ষা যি মানৱ জাতিৰ সকলো বিষয় সামৰিছে। মানৱ জীৱনৰ বাবে দৰকাৰী শিক্ষা প্ৰেমৰ সংজ্ঞা আৰু ক্ষমাৰ প্ৰয়োজনীয়তা ইয়াত বণৰ্না কৰা আছে। হজৰত ঈছাই কৰা কিছূমান অলৌকিক কাৰ্য্যৰ বিৱৰণ আৰু আন কেই গৰাকী চাহাবীক আহ্বান কৰাৰ বিৱৰণো ইয়াত পোৱা যায়।
উপলব্ধ প্ৰকাৰ PDF